১ জানুৱাৰী ক্যানে কালা দিবস হৈল্।

১ জানুৱাৰী ক্যানে কালা দিবস হৈল্ ? 1949 চনৰ 28 আগষ্ট তাৰিখে কোচবিহাৰ হিচাপে বৰ্তি থকা স্বাধীন সাৰ্বভৌম কোচ ৰাজ্যৰ শেষ অংশটো এখন চক্ৰান্তকাৰী চুক্তিৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰত চামিল কৰা হয়। বিনিময়ত কোচবিহাৰক গ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা, কোচ সৈনিক সকলক লৈ ভাৰতীয় সৈন্য বাহিনীত নাৰায়ণী ৰেজিমেন্ট নামেৰে কোচ ৰেজিমেন্ট গঠনকে আদি কৰি একাধিক প্ৰতিশ্ৰুতি প্ৰদান […]

১ জানুৱাৰী ক্যানে কালা দিবস হৈল্। Read More »